ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পৰম্পৰাবাদক মানি চলা ব্যক্তি
ଉଦାହରଣ : পৰম্পৰাবাদীসকলৰ সৈতে মোৰ কোনো মতবিৰোধ নাই
ଅର୍ଥ : পুৰণি ধ্যান-ধাৰণা মানি চলা ব্যক্তি
ଉଦାହରଣ : চহৰৰ তুলনাত গাঁৱত পৰম্পৰাবাদীৰ সংখ্যা অধিক
ସମକକ୍ଷ : ৰুঢ়ীবাদী
ଅର୍ଥ : পৰম্পৰাবাদক মানি চলা
ଉଦାହରଣ : মই এটা পৰম্পৰাবাদী পৰিয়ালত ডাঙৰ-দীঘল হৈছোঁ
ସଂସ୍ଥାପନ କରନ୍ତୁ