ଅର୍ଥ : পুলিচৰ শী্র্ষ বিষয়াৰ কার্যালয়
							ଉଦାହରଣ : 
							পুলিচে ৰামুক আৰক্ষী থানালৈ ধৰি লৈ গʼল
							
ସମକକ୍ଷ : আৰক্ষী থানা, পুলিচ ষ্টেচন
ଅର୍ଥ : পুলিচ বা আৰক্ষীৰ এক দপ্তৰ যিয়ে এখন জিলাৰ মহকুমাৰ আৰক্ষী চকীসমূহৰ তদাৰকী কৰাৰ লগতে সমাজৰ আইন-শৃংখলা, শান্তি অটুট ৰখাত সহায় কৰে:চোৰ হোৱাৰ পিচত আমি থানাত এজাহাৰ দাখিল কৰিছোঁ
							ଉଦାହରଣ : 
							
							
ସମକକ୍ଷ : থানা