ଅର୍ଥ : পাৰত লগোৱা
							ଉଦାହରଣ : 
							নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে
							
ଅର୍ଥ : নি্র্বাহ কৰা বা অতিবাহিত কৰা
							ଉଦାହରଣ : 
							তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
							
ସମକକ୍ଷ : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা
ଅର୍ଥ : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা
							ଉଦାହରଣ : 
							ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে
							
ସମକକ୍ଷ : আগবঢ়োৱা
ଅର୍ଥ : পাৰ হোৱা বা ব্যতিত হোৱা
							ଉଦାହରଣ : 
							মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
							
ସମକକ୍ଷ : অতিবাহিত কৰা, কটোৱা