ଅର୍ଥ : ছিৰিয়াত প্রচলিত মুদ্রা
							ଉଦାହରଣ : 
							এক আমেৰিকান ডলাৰ কিমান ছিৰিয়ান পাউণ্ডৰ সমান হয় ?
							
ସମକକ୍ଷ : ছিৰিয়ান পাউণ্ড
ଅର୍ଥ : মিচৰত প্রচলিত মুদ্রা
							ଉଦାହରଣ : 
							এক ইজিপ্সিয়ান পাউণ্ড প্রায় ভাৰতীয় মূল্য আঠ টকাৰ সমান
							
ସମକକ୍ଷ : ইজিপ্সিয়ান পাউণ্ড
ଅର୍ଥ : গ্রেট ব্রিটেইনত প্রচলিত মুদ্রা
							ଉଦାହରଣ : 
							এক ব্রিটিছ পাউণ্ডত প্রায় পয়সত্তৰ টকা হয়
							
ସମକକ୍ଷ : ব্রিটিছ পাউণ্ড
ଅର୍ଥ : লেবাননত চলা মুদ্রা
							ଉଦାହରଣ : 
							কামৰানে লেবানীজ পাউণ্ড কিনিবলৈ বেংকলৈ গৈছে
							
ସମକକ୍ଷ : লেবানিজ পাউণ্ড