ଅର୍ଥ : কোনো দেশৰ নিবাসী
							ଉଦାହରଣ : 
							ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল
							
ସମକକ୍ଷ : নাগৰিক
ଅର୍ଥ : যি নগৰত বাস কৰে বা নগৰত থাকে
							ଉଦାହରଣ : 
							গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
							
ସମକକ୍ଷ : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া