ଅର୍ଥ : ধোৱা কাম
							ଉଦାହରଣ : 
							গীতাই কাপোৰ ধুই আছে
							
ଅର୍ଥ : ধোৱা কাম
							ଉଦାହରଣ : 
							শ্রমিকবোৰে ইটাবোৰ ধোৱা কাম কৰি আছে
							
ଅର୍ଥ : কাপোৰ চফা কৰা কার্য
							ଉଦାହରଣ : 
							শীলাই কাপোৰ ধুই আছে
							
ଅର୍ଥ : পানী, চাবোন আদিৰে কাপোৰ আদি চফা কৰা কার্য
							ଉଦାହରଣ : 
							এচামোচ পাউদাৰেৰে ইমান সোপা কাপোৰ ধোৱা হʼল
							
ଅର୍ଥ : পানী, চাবোন আদিৰে চফা কৰা বা ধোৱা
							ଉଦାହରଣ : 
							আজিকালি মেচিনত কাপোৰ ধোৱা হয়
							
ଅର୍ଥ : পানী বা কোনো তৰল পদার্থৰ ্ সহায়ত কোনো বস্তুৰ পৰা ময়লা, ধূলি আদি ্ আঁতৰোৱা কার্য
							ଉଦାହରଣ : 
							শ্যামাই সাধুজনৰ ভৰি ধুই দিছে
							
ସମକକ୍ଷ : ধুই দিয়া, পখালা, পখালি দিয়া
ଅର୍ଥ : বাচন-বর্তন, ্কাপোৰ আদি পানীত ধোৱা
							ଉଦାହରଣ : 
							তেওঁ ্কাপোৰখন ধুলে আৰু শুকাবৰ কাৰণে ৰʼদত মেলি দিলে
							
ସମକକ୍ଷ : ধোৱা-পখলা কৰা, প্রক্ষালন কৰা