ଅର୍ଥ : ধোঁৱা বৰণৰ
							ଉଦାହରଣ : 
							কুঁৱলীৰ কাৰণে সকলো ধূসৰ দেখা গৈছে
							
ଅର୍ଥ : ধূলি লগা বা ধূলি সনা
							ଉଦାହରଣ : 
							খেতিয়কজনে ধূলিধূসৰিত ধুতিখন পিন্ধি আছে
							
ସମକକ୍ଷ : ধূলি ধূসৰ, ধূলিধূসৰিত
ଅର୍ଥ : ধূলিৰে ভৰি থকা
							ଉଦାହରଣ : 
							ধুমুহা অহাৰ লগে লগেই গোটেই পৰিৱেশ ধূলিময় হৈ পৰিল
							
ସମକକ୍ଷ : ধূলিধূসৰিত, ধূলিময়, ধূসৰিত