ଅର୍ଥ : ভয়, দুর্বল্্তা, জ্বৰ আদিৰ বাবে হৃদয় ধক-ধক কৰা বা স্পন্দিত হোৱা
							ଉଦାହରଣ : 
							ক্রোধিত হʼলে হৃদয় জোৰেৰে ধপধপায়
							
ସମକକ୍ଷ : স্পন্দিত হোৱা
ଅର୍ଥ : ভয়, উদ্বেগ আদিৰ কাৰণে হৃদয়ৰ গতি তীব্র হোৱা
							ଉଦାହରଣ : 
							পুলিচক দেখিয়েই চোৰটোৰ বুকু ধপধপাবলৈ ধৰিলে