ଅର୍ଥ : অনাহকত দোষ উলিওৱা কার্য
							ଉଦାହରଣ : 
							কোনো কোনোৱে দোষ-খুচৰি ভাল পায়
							
ଅର୍ଥ : দোষ উলিওৱা ব্যক্তি
							ଉଦାହରଣ : 
							দোষ-খোচৰাৰ দৃষ্টিৰ পৰা অতি সৰু কথাও সাৰি নাযায়
							
ସମକକ୍ଷ : ছিদ্রান্বেষক, ছিদ্রান্বেষী
ଅର୍ଥ : আনৰ দোষ বিচাৰিফুৰোঁতা
							ଉଦାହରଣ : 
							দোষ-খোচৰা ব্যক্তিয়ে নিজৰ বেয়া স্বভাৱৰ বিষয়ে সদায় অজ্ঞতা প্রকাশ কৰে
							
ସମକକ୍ଷ : ছিদ্রান্বেষী, দোষদর্শী