ଅର୍ଥ : দলিয়াই দিয়া
							ଉଦାହରଣ : 
							তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে
							
ଅର୍ଥ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
							ଉଦାହରଣ : 
							আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
							
ସମକକ୍ଷ : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা
ଅର୍ଥ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
							ଉଦାହରଣ : 
							ডাষ্টবিনত জাবৰ পেলোৱা হয়
							
ସମକକ୍ଷ : দলিয়া, নিক্ষেপ কৰা, পেলোৱা
ଅର୍ଥ : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা
							ଉଦାହରଣ : 
							লʼৰাটোৱে খেলনাটো দলিয়ালে
							
ସମକକ୍ଷ : লদিওৱা
ଅର୍ଥ : আনৰ হতুৱাই দলিয়া
							ଉଦାହରଣ : 
							মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে