ଅର୍ଥ : ভাৰতত প্রচলিত মুদ্রা
							ଉଦାହରଣ : 
							ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
							
ସମକକ୍ଷ : ভাৰতীয় টকা, ৰুপিয়া, ৰুপী
ଅର୍ଥ : ভাৰত, পাকিস্তান আদি দেশত প্রচলিত মুদ্রা বিশেষ
							ଉଦାହରଣ : 
							টকাৰ মূল্য আন্তর্ৰাষ্ট্রীয় ্পর্যায়ত দিনে দিনে কমি অহা দেখা গৈছে
							
ଅର୍ଥ : ভাৰতত প্রচলিত এটা মোহৰ যাৰ পৰিমাণ এসময়ত প্রচলিত ষোল্ল অনাৰ সৈতে সমান
							ଉଦାହରଣ : 
							ককা-দেউতাৰ ওচৰত বিভিন্ন ধৰণৰ টকা আছে