ଅର୍ଥ : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা
							ଉଦାହରଣ : 
							বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল
							
ସମକକ୍ଷ : জ্বলি যোৱা
ଅର୍ଥ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
							ଉଦାହରଣ : 
							এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
							
ସମକକ୍ଷ : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা