ଅର୍ଥ : যিটো চুন্নী সম্প্রদায়ৰ অনুযায়ী হয়
							ଉଦାହରଣ : 
							কেতিয়াবা চিয়া আৰু চুন্নীসকলে নিজৰ মাজতে কাজিয়াত লিপ্ত হৈ পৰে
							
ଅର୍ଥ : মুছলমানসকলৰ এটা সম্প্রদায়
							ଉଦାହରଣ : 
							চুন্নী সম্প্রদায়ৰ মতানুসৰি প্রথম চাৰিজন খলিফাহে মহম্মদৰ উপযুক্ত উত্তৰাধিকাৰী
							
ସମକକ୍ଷ : চুন্নী সম্প্রদায়