ଅର୍ଥ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
							ଉଦାହରଣ : 
							এই গাড়ীখনে বহুত পেট্রʼল খায়
							
ସମକକ୍ଷ : লোৱা
ଅର୍ଥ : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা
							ଉଦାହରଣ : 
							সি গাখীৰ খাইছে  মানুহজনে মদ্য পান কৰিছে
							
ସମକକ୍ଷ : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা
ଅର୍ଥ : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা
							ଉଦାହରଣ : 
							বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে
							
ଅର୍ଥ : বাহি থোৱা ভোজন গ্রহণ কৰা
							ଉଦାହରଣ : 
							কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
							
ସମକକ୍ଷ : ভোজন কৰা
ଅର୍ଥ : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা
							ଉଦାହରଣ : 
							তেওঁ মর্টন ্চোৱাই আছে
							
ସମକକ୍ଷ : চোৱোৱা