ଅର୍ଥ : পিছফালে বা সোঁ আৰু বাঁওফালে পৰা শিৰৰ দীঘল চুলি
							ଉଦାହରଣ : 
							তেওঁৰ কেশগুচ্ছৰে আৱৰি ৰখা চেহেৰাটো মই ধৰিবই পৰা নাছিলোঁ
							
ସମକକ୍ଷ : কেশগুচ্ছ, চুলিৰ কোছা, সতিনী চুলি
ଅର୍ଥ : দীপকৰ চতুর্থ পুত্র হিচাপে গণ্য কৰা এক প্রকাৰৰ সম্পূর্ণ ্ৰাগ
							ଉଦାହରଣ : 
							কুন্তল ৰাগ গ্রীষ্মঋতুৰ দুপৰীয়া সময়ত গোৱা হয়
							
ସମକକ୍ଷ : কুন্তল ৰাগ