ଅର୍ଥ : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত বিশেষভাৱে কর্ণাটকত কোৱা এক দ্রাবিড়ীয় ভাষা
							ଉଦାହରଣ : 
							কুলকার্ণীদেৱে কন্নড় শিকি আছে
							
ସମକକ୍ଷ : কন্নড় ভাষা
ଅର୍ଥ : যি লিপিত কন্নড় ভাষা লিখা হয়
							ଉଦାହରଣ : 
							কামথে নিজৰ লʼৰাটোক কন্নড় লিখিবলৈ শিকাইছে
							
ସମକକ୍ଷ : কন্নড় লিপি
ଅର୍ଥ : কর্ণাটক ৰাজ্যৰ অধিবাসী
							ଉଦାହରଣ : 
							এইখন কন্নড়সকলৰ সভা
							
ଅର୍ଥ : কর্ণাটকত থকা বা বসতি কৰা
							ଉଦାହରଣ : 
							কন্নড় লোকৰ মাজত এনেধৰণৰ প্রথা আছে
							
ଅର୍ଥ : কন্নড় ভাষাৰ সৈতে সম্বন্ধ থকা বা কন্নড় ভাষাৰ
							ଉଦାହରଣ : 
							তেওঁ কন্নড় ্সাহিত্যৰ প্রতি বিশেষ ৰাপ আছে
							
ଅର୍ଥ : কর্ণাটকৰ সৈতে সম্বন্ধ থকা
							ଉଦାହରଣ : 
							মই কন্নড় সংস্কৃতিৰ সৈতে সম্পূর্ণৰূপে পৰিচিত