ଅର୍ଥ : নি্র্বাহ কৰা বা অতিবাহিত কৰা
							ଉଦାହରଣ : 
							তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
							
ସମକକ୍ଷ : অতিবাহিত কৰা, নি্র্বাহ কৰা, পাৰ কৰা
ଅର୍ଥ : পাৰ হোৱা বা ব্যতিত হোৱা
							ଉଦାହରଣ : 
							মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
							
ସମକକ୍ଷ : অতিবাহিত কৰা, পাৰ কৰা