ଅର୍ଥ : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
							ଉଦାହରଣ : 
							তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
							
ସମକକ୍ଷ : সংগ্রহ কৰা
ଅର୍ଥ : মানুহৰ পৰা ধন বা আৰু কোনো বস্তু লৈ একগোট কৰা
							ଉଦାହରଣ : 
							জমিদাৰে মানুহৰ পৰা কৰ আদায় কৰিছিল
							
ଅର୍ଥ : আনৰ পৰা নিজৰ ধন বা বস্তু লোৱা
							ଉଦାହରଣ : 
							মহাজনে বন্ধকীয়াৰ পৰা দুগুণ আদায় কৰিলে