ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
ଉଦାହରଣ : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
ସମକକ୍ଷ : আঁতৰি যোৱা, ফটা, ফাটি যোৱা
ଅର୍ଥ : পৃথক বা দূৰ হোৱা
ଉଦାହରଣ : বতাহ-ধুমুহা এতিয়া আঁতৰিল
ସମକକ୍ଷ : আঁ্তৰি যোৱা
ଅର୍ଥ : ওলাই যোৱা
ଉଦାହରଣ : এই কোম্পানীটোৰ পৰা পঞ্চাশজন কর্ম্্চাৰী ্আঁতৰি গʼল
ଅର୍ଥ : দূৰ হোৱা
ଉଦାହରଣ : ডাৱৰ আঁতৰি গʼল
ସମକକ୍ଷ : আঁতৰি যোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ