ଅର୍ଥ : অসাৱধান হৈ থকা অৱস্থা বা ভাব
							ଉଦାହରଣ : 
							অসাৱধানতাৰে ৰাষ্টা পাৰ হোৱাৰ সময়ত মোহনক এখন গাড়ীয়ে খুন্দামাৰি থৈ গʼল
							
ସମକକ୍ଷ : অসাৱধানতা
ଅର୍ଥ : কোনো কথা বা কামত মন লীন নোহোৱা দশা বা ভাব
							ଉଦାହରଣ : 
							যোগৰ দ্বাৰা অমনোযোগিতা দূৰ কৰিব পাৰি
							
ସମକକ୍ଷ : ধ্যানহীনতা