ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বিচাৰি সন্মুখত ৰখা কার্য
ଉଦାହରଣ : পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
ସମକକ୍ଷ : উলিওৱা
ଅର୍ଥ : নিজৰ হাতলৈ অহা আনৰ কোনো বস্তু নিজৰ ওচৰত ৰাখি থোৱা
ଉଦାହରଣ : শীলাই নিজৰ ননদৰ গহনাখিনি হস্তগত কৰিছে
ସଂସ୍ଥାପନ କରନ୍ତୁ