ଅର୍ଥ : ছটিয়াই দিয়া অৱস্থা বা ভাব
							ଉଦାହରଣ : 
							খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
							
ଅର୍ଥ : কোনো তৰল পদার্থ ছটিওৱা কার্য
							ଉଦାହରଣ : 
							ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
							
ସମକକ୍ଷ : ছটিওৱা
ଅର୍ଥ : চাৰিওফালে প্রসাৰিত কৰা
							ଉଦାହରଣ : 
							খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
							
ସମକକ୍ଷ : সিঁচি দিয়া, সিঁচৰতি কৰা
ଅର୍ଥ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
							ଉଦାହରଣ : 
							খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
							
ସମକକ୍ଷ : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা