ଅର୍ଥ : কাগজত লিখা
							ଉଦାହରଣ : 
							তেওঁ ন্যায়াধীশৰ সন্মুখত লিখিত প্রমাণ দাখিল কৰিলে
							
ଅର୍ଥ : লিখা হোৱা বা লিপিৰ ৰূপত প্রকাশ কৰা
							ଉଦାହରଣ : 
							এই কথাৰ পূর্ণাঙ্গতাৰ ্ বাবে মোৰ হাতত লিখিত প্রমাণ আছে
							
ସମକକ୍ଷ : লিখা হোৱা-, লিপিবদ্ধ, লিপিৱদ্ধ