ଅର୍ଥ : ভয়ানক কিহবাৰ সমাপ্তিৰ বাবে কৰা সন্মিলিত অভিযান
							ଉଦାହରଣ : 
							তেওঁ দৰিদ্রতাৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিলে আমি সন্ত্রাসবাদৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিব লাগে
							
ସମକକ୍ଷ : সংগ্রাম
ଅର୍ଥ : শত্রুতাৰ কাৰণে দুটা ফৈদৰ মাজত অস্ত্র-শস্ত্রৰে কৰা হিংসাত্মক কার্য
							ଉଦାହରଣ : 
							মহাভাৰতৰ যুদ্ধ ওঠৰ দিন ধৰি চলিছিল
							
ସମକକ୍ଷ : যুঁজ, যুঁজ-্বাগৰ, যুদ্ধ-বিগ্রহ, লৰাই, সংঘর্ষ, সমৰ, ্সংগ্রাম, ৰণ