ଅର୍ଥ : হৰিণা জাতিৰ মাইকী
							ଉଦାହରଣ : 
							চিৰিয়াখানাত হৰিণীবোৰে দেও দি আছে
							
ସମକକ୍ଷ : কুৰঙ্গিনী, কুৰঙ্গী, মাইকী হৰিণ, মাইকী হৰিণা, হৰিণী
ଅର୍ଥ : ৰোগী অকস্মাৎ বেহুচ হৈ ঠাইতে পৰি যোৱা এবিধ বেমাৰ
							ଉଦାହରଣ : 
							মৃগী দুৰাৰোগ্য নহয়
							
ସମକକ୍ଷ : মৃগী বেমাৰ, মৃৰগী, হিষ্টিৰীয়া, ্ আঁৱৰীয়া