ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পৱন দেৱৰ পুত্র যাক বৰ শক্তিশলী আৰু অমৰ বুলি মনা হয়
ଉଦାହରଣ : হনুমান ৰামৰ ভক্ত আছিল
ସମକକ୍ଷ : পৱননন্দন, পৱনপুত্র, মাৰুতি, হনুমান
ଅର୍ଥ : চৌব্বিশ সংখ্যক বা অন্তিমজন জৈন তী্র্থংকৰ
ଉଦାହରଣ : মহাবীৰৰ সৰুকালৰ নাম বর্ধ্্মান আছিল
ସମକକ୍ଷ : ভগৱান মহাবীৰ
ଅର୍ଥ : যিজন বহুত ডাঙৰ বীৰ
ଉଦାହରଣ : সেনাপতিয়ে কিছুমান মহাবীৰৰ সৈতে যুদ্ধৰ ৰণকৌশল তৈয়াৰ কৰি আছিল
ସଂସ୍ଥାପନ କରନ୍ତୁ