ଅର୍ଥ : জন্তু বা প্রাণীৰ উৎপত্তি, বিকাশ, স্বৰূপ আৰু সিহঁতৰ বিভিন্ন বিভাগ আদিৰ বিচাৰ-বিশ্লেষণ কৰা বিজ্ঞান
							ଉଦାହରଣ : 
							প্রাণীবিজ্ঞান সুশান্তৰ প্রিয় বিষয়
							
ସମକକ୍ଷ : প্রাণীবিজ্ঞান
ଅର୍ଥ : যি বিজ্ঞানত জীৱ-জন্তু আৰু বনস্পতি আদিৰ উৎপত্তি, স্বৰূপ, বিকাশ আৰু শ্রেণীবিভাজন আদিৰ বিশেষভাৱে অধ্যয়ন কৰা হয়
							ଉଦାହରଣ : 
							মনীষদেৱ প্রাণীবিজ্ঞানৰ প্রৱক্তা
							
ସମକକ୍ଷ : জীৱ বিজ্ঞান, জীৱবিজ্ঞান, প্রাণীবিজ্ঞান