ଅର୍ଥ : চলনশীল বস্তু আদিয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ কাৰণে সাজু হোৱা
							ଉଦାହରଣ : 
							এই ৰেলগাড়ীখনে দহ বজাত বাৰাণসীলৈ প্রস্থান কৰিব
							
ସମକକ୍ଷ : ৰাওনা হোৱা
ଅର୍ଥ : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য
							ଉଦାହରଣ : 
							মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব
							
ସମକକ୍ଷ : গমন কৰা, যোৱা, ৰাওনা হোৱা