ଅର୍ଥ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
							ଉଦାହରଣ : 
							এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
							
ସମକକ୍ଷ : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা
ଅର୍ଥ : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য
							ଉଦାହରଣ : 
							এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে
							
ସମକକ୍ଷ : চমচমোৱা
ଅର୍ଥ : জ্বলন বা পোৰণ অনুভব কৰা
							ଉଦାହରଣ : 
							মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে