ଅର୍ଥ : কোনো ঘৰ আদিৰ ভঙা-চিঙা অথবা হালি পৰা অংশ
							ଉଦାହରଣ : 
							এইটো মোগলযুগৰ কিল্লাৰ ভগ্নাৱশেষ
							
ସମକକ୍ଷ : ভগ্নাৱশেষ
ଅର୍ଥ : অট্টালিকা বা প্রাসাদ (প্রাচীন স্থাপত্যৰ নি্দর্শনৰ) আদিৰ ভাঙি-চিঙি ৰৈ যোৱা টুকুৰা
							ଉଦାହରଣ : 
							ধ্বংসাৱশেষৰ পৰা দুটা মৰাশ উদ্ধাৰ কৰা হৈছে