ଅର୍ଥ : যি তীব্র বতাহৰ লগত বৰষুণো আহে
							ଉଦାହରଣ : 
							হস্ত নক্ষত্র উঠোতেই বতাহ-বৰষুণ আৰম্ভ হʼল
							
ସମକକ୍ଷ : বতাহ-বৰষুণ
ଅର୍ଥ : অতিপাত বৰষুণ আৰু ধূলি-বালি উৰি হোৱা ধুমুহা-বতাহ
							ଉଦାହରଣ : 
							ৰাতি অহা ধুমুহা-বৰষুণে মানুহৰ সা-সম্পত্তিৰ যথেষ্ট ক্ষতি কৰিলে
							
ସମକକ୍ଷ : তুফান