ଅର୍ଥ : ধর্মশীল হোৱা অৱস্থা বা ভাব
							ଉଦାହରଣ : 
							ধর্মশীলতাৰ যোগেদি মানুহৰ নৈতিক আৰু চাৰিত্রক উত্তৰণ ঘটে
							
ସମକକ୍ଷ : ধর্ম-্পৰায়ণতা, ধর্মপ্র্াণতা, ধর্মশীলতা, ধার্মিকতা
ଅର୍ଥ : ধর্মৰ ওপৰত বিশ্বাস
							ଉଦାହରଣ : 
							মায়া-জালত পৰি মহৎ লোকৰো ধর্মনিষ্ঠাত কেতিয়াবা আউল লাগে