ଅର୍ଥ : বিড়ি, চিগাৰেট আদিত ভৰাই সোপা বা চূণৰ লগত খোৱা ধপাতৰ শুকান পাত
							ଉଦାହରଣ : 
							তেওঁ ্ধপাত খাইছে
							
ଅର୍ଥ : ধপাতৰ পৰা তৈয়াৰ কৰা বিশেষ ধৰণৰ কিছুমান তিয়াই লোৱা পদার্থ ্যাক চিলিমত ৰাখি আৰু হোপা মাৰি ধোঁৱা পান কৰা হয়
							ଉଦାହରଣ : 
							ধপাত সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক