ଅର୍ଥ : থাইলেণ্ডৰ অধিবাসী
							ଉଦାହରଣ : 
							এই হোটেলখনত ভালেমান থাইবাসীয়ে বাহৰ পাতি আছেহি
							
ସମକକ୍ଷ : থাইবাসী, থাইলেণ্ড-বাসী
ଅର୍ଥ : থাইলেণ্ডৰ বা তাৰ সৈতে সম্বন্ধ থকা
							ଉଦାହରଣ : 
							থাই সীমান্তত ডকাইতৰ দল গ্রেপ্তাৰ হʼল
							
ଅର୍ଥ : থাই ভাষাৰ সৈতে সম্বন্ধ থকা
							ଉଦାହରଣ : 
							আমি এখন থাই চিনেমা চালোঁ