ଅର୍ଥ : বেয়া বা নিকৃষ্ট বস্তুৰ দʼম
							ଉଦାହରଣ : 
							দেৱালীৰ সময়ত ঘৰে-ঘৰে জাবৰ-জোথৰ চফা কৰা হয়
							
ସମକକ୍ଷ : আৱর্জ্্না, জাবৰ-জোঁজথৰ
ଅର୍ଥ : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
							ଉଦାହରଣ : 
							তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
							
ସମକକ୍ଷ : জাবৰ-জোথৰ
ଅର୍ଥ : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
							ଉଦାହରଣ : 
							জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
							
ସମକକ୍ଷ : জাবৰ-জোথৰ