ଅର୍ଥ : কোনো তৰল পদার্থ ছটিওৱা কার্য
							ଉଦାହରଣ : 
							ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
							
ସମକକ୍ଷ : সিঁচা
ଅର୍ଥ : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
							ଉଦାହରଣ : 
							আঞ্জাত নিমখ ছটিয়াই দিয়া
							
ସମକକ୍ଷ : ছটিয়াই দিয়া
ଅର୍ଥ : পানী ছটিওৱা কার্য
							ଉଦାହରଣ : 
							ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
							
ସମକକ୍ଷ : ছটিয়াই দিয়া
ଅର୍ଥ : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা
							ଉଦାହରଣ : 
							ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে
							
ସମକକ୍ଷ : বর্ষণ ্কৰা
ଅର୍ଥ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
							ଉଦାହରଣ : 
							খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
							
ସମକକ୍ଷ : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা