ଅର୍ଥ : স্বাস্থ্য তথা ৰোগ নিৰাময়ৰ সৈতে সম্বন্ধিত বিজ্ঞান
							ଉଦାହରଣ : 
							তেওঁ চিকিৎসা বিজ্ঞান পঢ়ি আছে
							
ସମକକ୍ଷ : চিকিৎসাবিজ্ঞান, মেডিকেল চায়েন্স
ଅର୍ଥ : চিকিৎসাৰ লগত সম্পর্ক ্থকা জ্ঞান-বিজ্ঞান
							ଉଦାହରଣ : 
							ৰমেশে চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি আছে
							
ସମକକ୍ଷ : চিকিৎসা শাস্ত্র