ଅର୍ଥ : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ
							ଉଦାହରଣ : 
							অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে
							
ସମକକ୍ଷ : চাহ, চাহ গছ, চাহপাতৰ গছ
ଅର୍ଥ : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়
							ଉଦାହରଣ : 
							তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে
							
ସମକକ୍ଷ : চাহ