ଅର୍ଥ : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি
							ଉଦାହରଣ : 
							
							
ସମକକ୍ଷ : অক্ষিগোল, অক্ষিতাৰকা, নেত্রতাৰকা, নয়নতৰা, নয়নমণি, মণি
ଅର୍ଥ : চকুৰ আইৰিছৰ মাজত থকা ছিদ্র
							ଉଦାହରଣ : 
							চকুৰ মণি ক্ষতিগ্রস্ত হʼলে মানুহ অন্ধ হৈ যায়