ଅର୍ଥ : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া
							ଉଦାହରଣ : 
							তেওঁ বিচনাখন কোবাই আছে
							
ସମକକ୍ଷ : কোবাই থকা
ଅର୍ଥ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
							ଉଦାହରଣ : 
							পুলিচে চোৰটোক লাঠিৰে মাৰিছে
							
ସମକକ୍ଷ : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা