ଅର୍ଥ : দূৰত্ব বা সময়ৰ হিচাপত যি নিচেই কাষৰ
							ଉଦାହରଣ : 
							কুশীনগৰ আমাৰ গাঁৱৰ কাষৰীয়া নগৰ
							
ସମକକ୍ଷ : অনতিদূৰৰ, ওচৰৰ, কাষৰ, নিকট্্ৱর্ত্তী, পার্শ্বৱর্তী, সমীপ্্ৱর্তী, ্অদূৰৱর্তী
ଅର୍ଥ : দাঁতিত থকা লোক
							ଉଦାହରଣ : 
							বানপানীৰ কাৰণে বেছিভাগ দাঁতিয়লীয়া লোক গৃহহাৰা হৈ পৰিল
							
ସମକକ୍ଷ : কুলস্থিত, কূলসমী্পৱর্ত্তী, কূ্লৱর্ত্তী, তটবাসী, তটৱ্্র্তী, তী্ৰৱর্ত্তী, তীৰস্থ, তীৰস্থিত, দাঁতিপৰীয়া, দাঁতিয়লীয়া, দাঁতিয়াল, পৰীয়া, সৈকতিত