ଅର୍ଥ : কাবুলত জন্ম হোৱা
							ଉଦାହରଣ : 
							কাবুলী বুট, মেৱা আদি ভাৰতলৈ আমদানি হয়
							
ଅର୍ଥ : কাবুল বা কাবুল সম্বন্ধী
							ଉଦାହରଣ : 
							তেওঁ এক কিলো কাবুলী বুট কিনিলে
							
ଅର୍ଥ : কাবুলৰ বাসিন্দা
							ଉଦାହରଣ : 
							কেইবাজনো কাবুলী লোকৰ লগত তেওঁৰ চিনা-পৰিচয় আছে