ଅର୍ଥ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
							ଉଦାହରଣ : 
							মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
							
ସମକକ୍ଷ : কাঁটা, মাছৰ কাঁইট, মাছৰ কাঁটা
ଅର୍ଥ : বেজি বা কাঁইটৰ সমান কোনো সৰু বস্তু
							ଉଦାହରଣ : 
							ৰামে বেৰৰ চাৰিওফালে কাঁইট লগালে