ଅର୍ଥ : ক্রমত নথকা অৱস্থা বা ভাব
							ଉଦାହରଣ : 
							বিশৃংখলাৰ কাৰণে পুথি্ভঁ্ৰালত মনে বিচৰা কিতাপ বিচাৰি পোৱা নাই
							
ସମକକ୍ଷ : আউল, এঙনি-জেঙনি, খেচেং-মেচেং, খেনোমেনো, খেলমেল, খেলিমেলি, খেলেপ-জেলেপ, বিশৃংখলতা, বিশৃংখলা, বিশৃঙ্খলতা, বেবেৰিবাং, লʼবাং-লাখুটি, শৃংখলাহীনতা