ଅର୍ଥ : জড় হোৱা অৱস্থা বা ভাব
							ଉଦାହରଣ : 
							জড় পদার্থত ্জড়তা পোৱা যায়
							
ସମକକ୍ଷ : চেতনহীনতা, চেতনাহীনতা, জড়তা, জড়ত্ব, জীৱনহীনতা
ଅର୍ଥ : ৰোগ, ভয়, শোক আদিৰ কাৰণে উদয় হোৱা সেই অৱস্থা যʼত প্রাণী সংজ্ঞাহীন হৈ পৰে
							ଉଦାହରଣ : 
							মামাৰ মৃত্যুৰ খবৰটো শুনি মামী মূর্চ্ছা গʼল
							
ସମକକ୍ଷ : বেহুচ, মূচকচ, মূর্চ্ছা, সংজ্ঞাশূন্যতা
ଅର୍ଥ : চেতনা নোহোৱা অৱস্থা বা ভাব
							ଉଦାହରଣ : 
							কুষ্ঠৰোগ হোৱা ছালৰ অংশবোৰত অচেতনতা আহি পৰে
							
ସମକକ୍ଷ : অচেতনা, চেতনাশূন্যতা, চেতনাহীনতা