ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ঠাই বা ৰাস্তা-ঘাট আদি সমান কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এক ধৰণৰ বাহন
ଉଦାହରଣ : ৰাস্তাটো সমান কৰিবৰ কাৰণে ৰোলাৰ চলোৱা হৈছে
ସମକକ୍ଷ : ৰʼলাৰ
ଅର୍ଥ : দীঘল আৰু ডাঙৰ আকাৰৰ গধুৰ গোলাকাৰ এনে এক খণ্ড যিহেৰে কোনো ঠাই সমতল কৰা হয় অথবা শিল-বালি আদি গুড়ি কৰি বাট-পথ আদি নি্র্মাণ কৰা হয়
ଉଦାହରଣ : ৰোলাৰ গাড়ীত লগোৱা ৰোলাৰে পথ আদি সমান কৰা হয়
ସମକକ୍ଷ : বেলন, ভীম
ସଂସ୍ଥାପନ କରନ୍ତୁ