ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰৈ যোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰৈ যোৱা   ক্ৰিয়া

ଅର୍ଥ : বঞ্চিত হোৱা

ଉଦାହରଣ : সন্তোষে নিজ পিতৃৰ অন্তিম ্দর্শন কৰিবলৈ থাকি গʼল

ସମକକ୍ଷ : থাকি যোৱা

ଅର୍ଥ : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা

ଉଦାହରଣ : বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল

ସମକକ୍ଷ : থাকি যোৱা

ଅର୍ଥ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য

ଉଦାହରଣ : মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল

ସମକକ୍ଷ : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা

ଅର୍ଥ : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

ଉଦାହରଣ : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

ସମକକ୍ଷ : এৰা, থামা, বন্ধ হোৱা, ৰোৱা

ଅର୍ଥ : কোনো বিশেষ কাৰণত কোনো কাম নোহোৱাকৈ থাকি যোৱা

ଉଦାହରଣ : পৰীক্ষাত মোৰ দুটা প্রশ্ন ৰৈ গʼল

ସମକକ୍ଷ : বাদ পৰিল

ଅର୍ଥ : বাকী থাকি যোৱা

ଉଦାହରଣ : ভালে কেইবাৰ ঘঁহি ্ঘঁহি ধোৱাৰ পিছতো এই দাগটো ৰৈ গʼল