ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সৰু কণা বিশেষ
ଉଦାହରଣ : মোৰ চকুত বালিৰ কণা সোমাইছে
ସମକକ୍ଷ : কণ, কণা, কণিকা
ଅର୍ଥ : ফুলৰ দীঘল কেশৰত জমা হোৱা ধূলিকণা
ଉଦାହରଣ : পখিলাই ৰেণু এপাহ ফুলৰ পৰা আন এপাহ ফুললৈ কঢ়িয়াই লৈ যায়
ସମକକ୍ଷ : পুষ্পৰেণু, পৰাগ, পৰাগ ৰেণু
ଅର୍ଥ : কিছুমান এককোষী উদ্ভিদ বা নিম্ন বিকশিত অমেৰুদণ্ডী জীৱৰ দেহৰ দ্বাৰা উৎপাদিত জনন কোষ
ଉଦାହରଣ : ৰেণু এক কোষী জীৱ, শেলাই, ভেঁকুৰ আদিত পোৱা যায়
ସଂସ୍ଥାପନ କରନ୍ତୁ