ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পঞ্জী, বহী বা ৰেজিষ্টাৰত লিখা কার্য
ଉଦାହରଣ : অশোক আৰু সাধনাই নিজৰ বিয়াৰ পঞ্জীকৰণ আদালতত গৈ কৰিলে
ସମକକ୍ଷ : পঞ্জীকৰণ, পঞ্জীয়ন
ଅର୍ଥ : বিশেষ ধৰণৰ বিৱৰণ বা লেখা লিখিবৰ কাৰণে ব্যৱহাৰ কৰা উকা কাগজৰ বহী বিশেষ
ଉଦାହରଣ : বেংকৰ সঞ্চালকে চকীদাৰজনক ৰেজিষ্টাৰখন আনিবলৈ কʼলে
ସମକକ୍ଷ : পঞ্জীয়ন বহী
ସଂସ୍ଥାପନ କରନ୍ତୁ