ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰূপ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰূপ   বিশেষ্য

ଅର୍ଥ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

ଉଦାହରଣ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

ସମକକ୍ଷ : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ

ଅର୍ଥ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

ଉଦାହରଣ : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

ସମକକ୍ଷ : আকৃতি, ৰচনা

ଅର୍ଥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

ଉଦାହରଣ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

ସମକକ୍ଷ : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত

ଅର୍ଥ : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু

ଉଦାହରଣ : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল

ସମକକ୍ଷ : ৰজত, ৰূপা

ଅର୍ଥ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই

ଉଦାହରଣ :

ସମକକ୍ଷ : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ

ଅର୍ଥ : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক

ଉଦାହରଣ : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ

ଅର୍ଥ : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়

ଉଦାହରଣ : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ

ଅର୍ଥ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য

ଉଦାହରଣ : তেওঁৰ ্ কান্তি নিৰুপম

ସମକକ୍ଷ : কান্তি, সৌন্দর্য